জীৱনী / ৰাহুল সাংকৃত্যায়ন

জীবনী উৎস গ্ৰন্থ : প্ৰসংগ : গৌতম বুদ্ধ মূল : ৰাহুল সাংকৃত্যায়ন বাংলা অনুবাদ : অভিজিৎ ভট্টাচাৰ্য অসমীয়া অনুবাদ : খগেশ সেন ডেকা বাল্যকাল : সিদ্ধাৰ্থ গৌতমৰ জন্ম হৈছিল খ্ৰীঃ পূঃ ৫৬৩ শতাব্দীৰ আশে পাশে৷ তেওঁৰ পিতৃ শুদ্ধোধনক শাক্যসকলৰ ৰজা বোলা হয়৷ কিন্তু আমি জানো যে, শুদ্ধোধনৰ লগতে ভদ্দীয় আৰু দণ্ডপাণিকো শাক্যসকলৰ ৰজা আখ্যা দিয়া […]

“ কোমল গান্ধাৰ “ ৰ প্ৰসংগত

           “  কোমল গান্ধাৰ “ ৰ প্ৰসংগত                  ঋত্বিক কুমাৰ ঘটক                                                       অনুবাদ: ইন্দ্ৰনীল গায়ন ” কোমল গান্ধাৰ” ৰ নিমাৰ্ণৰ সময়চোৱাত কোনো সুনিৰ্দিষ্ট তত্বক অনুসৰণ কৰা হোৱা নাছিল৷ বিশেষভাৱে বাস্তৱ […]

প্ৰবন্ধঃ চিনেমাৰ ৰাজকুমাৰ

চিনেমাৰ ৰাজকুমাৰ : প্ৰমথেশ বৰুৱা মূল বাংলা:- প্ৰেমেন্দ্ৰ মজুমদাৰ অনুবাদ:- মিণ্টুল হাজৰিকা তেতিয়া দেশ বিভাজন হোৱা নাছিল৷ অবিভক্ত বংগদেশ আৰু অবিভক্ত অসম দুখন শান্তিপ্ৰিয় প্ৰতিবেশী ৰাজ্য৷ এই দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অসমৰ অন্তৰ্গত গোৱালপাৰা জিলা আছিল এই দুই ৰাজ্যৰ সাংস্কৃতিক মিলনভূমি৷ ভাটিয়ালী গানৰ সুৰত মতলীয়া বিশাল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ এই মিলন সেঁতুয়ে জন্ম দিছিল বহুতো উপকথা, সাধুকথা […]

অসমীয়া অনূদিত প্ৰবন্ধঃ সভ্যতা আৰু বোধোদয়

অসমীয়া অনূদিত প্ৰবন্ধঃ সভ্যতা আৰু বোধোদয় মূল: Civilization and Enlightenment, ষ্টিভেন পিংকাৰ অনুবাদ: ৰামকৃষ্ণ দত্ত, ইতিহাস বিভাগ, নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)  ইউৰোপীয় জ্ঞানদীপ্ততাৰ খোজৰ আউঁসাতেই ফৰাচী বিপ্লৱৰ শুভাৰম্ভনী ঘটিছিল ৷ আৰম্ভনিতে গণতন্ত্ৰৰ এক ক্ষণস্থায়ী আশ্বাস দি পিছে পিছে বিভৎস ৰাজহত্যা, বৈপ্লৱিক অভ্যুত্থান, ধমাৰ্ন্ধতা, নিয়ন্ত্ৰনহীন উশৃংখল জনতা, সন্ত্ৰাসবাদ, স্ব–প্ৰণোদিত যুদ্ধ আকৌ তাৰ পিছে পিছে এজন আত্মম্ভৰী–ময়বৰ […]

অসমীয়া অনূদিত প্ৰবন্ধঃ গান কৰি ভাল পোৱা মানুহজন

অসমীয়া অনূদিত প্ৰবন্ধঃ নাচ গান কৰি ভাল পোৱা মানুহজন মূলঃ সুহৃদ শংকৰ  চট্টোপাধ্যায় উৎসঃ ‘ফ্রণ্টলাইন’ আলোচনী, ১১ নৱেম্বৰ, ২০১৬ সংখ্যা অনুবাদঃ ময়ূৰ চেতিয়া ১৯৬৫ চনৰ এটা সাক্ষাৎকাৰত মানুহজনক  সোধা হৈছিল – তেওঁ নিজকে এজন কবি বুলি ভাবে নে গায়ক বুলি ভাবে। উত্তৰত মানুহজনে কৈছিল – “মই নিজকে এজন নাচ গান কৰি ভাল পোৱা মানুহ বুলিহে ভাবো”। bob dylan […]

অসমীয়া অনূদিত প্ৰবন্ধঃ আস্তিকতা বনাম নাস্তিকতা’ৰ প্ৰত্যুত্তৰত

অসমীয়া অনূদিত প্ৰবন্ধঃ আস্তিকতা বনাম নাস্তিকতা’ৰ প্ৰত্যুত্তৰত মূল: অভিজিৎ ৰায় অনুবাদ: বৰ্ণালী বৰুৱা দাস জোনাব মেজবাহউদ্দিন জওহেৰৰ আস্তিকতা আৰু নাস্তিকতাক লৈ অত্যন্ত সুলিখিত লেখাটো পঢ়াৰ পাছৰপৰাই এই লৈ কিবা এটা লিখাৰ তাগিদা অনুভৱ কৰিছো‌। প্ৰবন্ধটোৰ গঠনশৈলী আৰু ভাষা বিন্যাসৰ বাবেই কেৱল নহয়, প্ৰতিপক্ষৰ চিন্তাধাৰাৰ প্ৰতি তেখেতৰ সন্মানবোধ, বিপৰীত মতসমূহকো যথেষ্ট গুৰুত্বসহকাৰে লোৱা, বিচাৰ কৰা, সেইবোৰ […]