প্ৰৱন্ধঃ এজন চিনেমা সম্ৰাট আৰু মই / ছ’হৰেৰ্ছ গ’লপৰিয়ান

এজন চিনেমা সম্ৰাট আৰু মই মূলঃ ছ’হৰেৰ্ছ গ’লপৰিয়ান অনুবাদঃ ইন্দ্ৰনীল গায়ন টকিঅ’ত হোৱা আন্তৰ্জাতিক চিনেমা মহোৎসৱত আকিৰা কুৰছাৱাই আব্বাছ কিয়াৰ’স্তামিৰ ” Where is the friends home ” আৰু ” And life goes on “ চিনেমা দুখন চোৱাৰ পিছত এইদৰে প্ৰশংসা কৰিছিল: ” মই বিশ্বাস কৰো যে ইৰানীয়ান পৰিচালক আব্বাছ কিয়াৰ’স্তামি এজন অভূতপূৰ্ব পৰিচালক৷ হয়তো এইসময়ত […]

প্ৰৱন্ধঃ নাজী প্ৰতিৰোধী অভিযানত অস্কাৰ বিজয়ী আদ্ৰে হেপবার্ণ, এক অজ্ঞাত অধ্যায় / : মৈথিলি দা ড্ৰিমাৰ

  নাজী প্ৰতিৰোধী অভিযানত অস্কাৰ বিজয়ী আদ্ৰে হেপবার্ণ, এক অজ্ঞাত অধ্যায়   মূল: মৈথিলি দা ড্ৰিমাৰ অনুবাদ : ধ্ৰুৱ শইকীয়া    নেদাৰলেণ্ডত ১৮২৮ চনত এনে দুগৰাকী কন্যা সন্তানে জন্ম লাভ কৰিছিল যি কালক্ৰমত নিজৰ মহান প্ৰতিভা আৰু কৃতি্ত্বৰে বিশ্ববাসীক বিমুগ্ধ কৰিছিল৷ এগৰাকী নাজী বাহিনীৰ হাতত প্ৰাণ দিয়া এন ফ্ৰেংক, আন গৰাকী হলিউদৰ আদর্শ অভিনেত্ৰীৰূপে খ্যাতিমন্ত […]

প্ৰৱন্ধঃ মই কিয় নাস্তিক? / ভগৎ সিঙ

মই কিয় নাস্তিক? মূলঃ ভগৎ সিঙ অনুবাদঃ সপোন বড়া, ডিব্ৰুগড় বিশ্ববিদ্যালয় (শ্বহীদ–এ–আজম ভগৎ সিঙৰ ” Why I’m an Atheist”ৰ অসমীয়া অনুবাদ কৰাৰ চেষ্টা কৰিছিলোঁ। সাম্প্ৰতিক কালৰ ভাৰতবৰ্ষত যেতিয়া সাম্প্ৰদায়িক উন্মাদনাই সফলতাৰ এভাৰেষ্ট আৰোহণ কৰিছে, সেই সময়ত এই অনুবাদৰ কিমান প্ৰাসংগিকতা আছে সেই বিষয়ে অনুবাদক অজ্ঞ; কিন্তু এইটো নিশ্চিত যে এদিন এই উন্মাদনাৰ অৱসান ঘটিব; আৰু আমাৰ পূৰ্বসূৰীৰ যি […]

প্ৰৱন্ধঃ বেকনৰ দৃষ্টিত বন্ধুত্ব / ফ্ৰেন্সিস বেকন

Of Friendship মূলঃ ফ্ৰেন্সিস বেকন অনুবাদঃ হিমাংশু পাঠক বেকনৰ দৃষ্টিত বন্ধুত্ব যি ব্যক্তিয়ে নিঃসংগতাৰ মাজেদি সময় অতিবাহিত কৰিব পাৰে তেওঁ হয়তো বনৰীয়া জন্তু বা দেৱতা। অবশ্যে কিছুমান মানুহে আত্মিক কাৰণত (spiritual reasons) নিঃসংগতাক আদৰি লয়।এইসকল ব্যক্তিয়ে দাবী কৰে যে নিঃসংগ জীৱন যাপনে তেওঁলোকক আত্মিকভাবে মৰ্য্যদাপূৰ্ণ জীবনদান কৰিছে।কিন্তু আচলতে যাৰ কোনো প্ৰকৃত বন্ধু নাই তেওঁ পৰিত্যক্ত […]

মহামাৰী এটাৰ সৈতে কৰা মোকাবিলাখন দেখাত যুদ্ধৰ দৰে লাগিলেও পিছে প্ৰকৃত প্ৰয়োজন তাতকৈ বহু নিলগতঃ অমৰ্ত্য সেন

মহামাৰী এটাৰ সৈতে কৰা মোকাবিলাখন দেখাত যুদ্ধৰ দৰে লাগিলেও পিছে প্ৰকৃত প্ৰয়োজন তাতকৈ বহু নিলগতঃ অমৰ্ত্য সেন অনুবাদকঃ দৰ্শন জ্যোতি ভূঞা, ৰাজনীতি বিজ্ঞান বিভাগ নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)   আমি ভাৰতবৰ্ষক বিশ্বৰ সৰ্ববৃহৎ তথা উন্নয়নশীল দেশসমূহৰ ভিতৰত সকলোতকৈ পুৰণি গণতন্ত্ৰ বুলি গৰ্ব কৰাৰ বহুত থল আছে। গণতন্ত্ৰই সকলোকে কেৱল বাক স্বাধীনতাৰ অধিকাৰ দিয়াতে ক্ষান্ত নাথাকি […]

প্ৰৱন্ধঃ আধুনিক বাস্তৱবাদী নাটকৰ জনক ইবছেন / ৰাজু আনােৱাৰ

আধুনিক বাস্তৱবাদী নাটকৰ জনক ইবছেন মূল লেখকঃ ৰাজু আনােৱাৰ অনুবাদঃ বিদ্যুৎ দত্ত গৱেষক ছাত্র, বৈদেশিক ভাষা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়। এনেকুৱা এটা সময় আছিল যেতিয়া নাটক আছিল সমাজৰ অভিজাতশ্রেণীৰ নিজস্ব সম্পদ। ৰজা ৰাণী, সেনাপতি আৰু ৰাজবিষয়া আদিক মূল বিষয় হিচাপে লৈয়েই নাটক ৰচিত হৈছিল। নৰৱেৰ সেইভিক্টোৰীয়ান যুগত নাটক কেৱল অপশক্তিৰ বিৰুদ্ধে জয়লাভ আৰু সামাজিক মূল্যবােধৰ গান […]

ইংলেণ্ডৰ ‘লষ্ট পয়েট’ পাৰ্চী শ্বেলীৰ বিষয়ে ৪৩ টা আশ্চৰ্য্যকৰ সত্যঃ

ইংলেণ্ডৰ ‘লষ্ট পয়েট’ পাৰ্চী শ্বেলীৰ বিষয়ে ৪৩ টা আশ্চৰ্য্যকৰ সত্যঃ- উৎস ঃ ইন্টাৰনেট অনুবাদ ঃ অনুপম বৰুৱা Joseph Severn (1793- 1879) Posthumous Portrait of Shelley Writing Prometheus UnBound (1845), oil on canvas, Keats-Shelley Memorial House, Rome, Italy ইংৰাজী সাহিত্যৰ ৰোমাণ্টিক যুগত সাংস্কৃতিক কল্পনাপ্ৰৱণতাৰ অন্যতম পুৰুধা ব্যক্তি আছিল পাৰ্চী শ্বেলী। পাৰ্চী শ্বেলী আৰু তেওঁৰ পৰিবাৰ মেৰী শ্বেলী( ফ্ৰেংকিষ্টানৰ লেখিকা) […]

ফিডেলৰ এখনি ব্যক্তিগত চিত্ৰপট / গেব্রিয়েল গাৰ্চিয়া মার্কেজ

ফিডেলৰ এখনি ব্যক্তিগত চিত্ৰপট মূলঃ গেব্রিয়েল গাৰ্চিয়া মার্কেজ অনুবাদঃ ৰত্না ভৰালী তালুকদাৰ ফটোত মাৰ্কেজ আৰু ফিডেলে একেলগে মদ্যপান কৰি আছে কিউবালৈ ফুৰিবলৈ অহা এগৰাকী বিদেশী পর্যটকক এসপ্তাহৰ বাবে সংগ দি ফিডেল কাষ্ট্রোৱে তেওঁৰ বিষয়ে কৈছিলঃ “বাপৰে, মানুহজনে কেনেকৈ ইমান কথা পাতিব পাৰে, তেওঁ দেখোন মোতকৈও বেছি কথা কয়।” ফিডেল কাষ্ট্রোক জানিবলৈ হ’লে এই কথা বুজি […]

প্ৰৱন্ধঃ হেমিংৱেৰ জীৱনৰ যৱনিকা / Ray Setterfield

হেমিংৱেৰ জীৱনৰ যৱনিকা (Final Hours of Ernest Hemingway) মূলঃ Ray Setterfield অনুবাদঃ ধ্ৰুৱ শইকীয়া আৰ্নেষ্ট হেমিংৱে অ’ল্ড মেন এণ্ড দা চী উপন্যাস-খ্যাত আর্ণেষ্ট হেমিংৱেই ১৯৬১ চনৰ দুই জুলাইত আত্মহত্যা কৰাৰ পিচত একবিংশ শতিকাতো এই নোবেল বটা বিজয়ী সাহিত্যিকজনৰ এনে সিদ্ধান্তৰ ৰহস্য উদঘাটনৰ প্ৰচেষ্টাৰ ওৰ পৰা নাই৷ হেমিংৱেৰ জীৱনৰ অন্তিম সময়ৰ বর্ণণাৰে লিখা এক প্ৰবন্ধত ৰে […]

প্ৰৱন্ধঃ তৰোৱাল বনাম আত্মা / মহাত্মা গান্ধী

তৰোৱাল বনাম আত্মা (Sword vs Spirit) মূল : মহাত্মা গান্ধী অনুবাদ : ৰাজীৱ দত্ত এজন বন্ধুয়ে “My Magazine “আলোচনীৰ পৰা তলৰ মনোগ্ৰাহী অংশটো মোলৈ পঠিয়াইছে – “নেপোলিয়নৰ দৰে আজিলৈকে কোনো বিজয়ীয়ে যুদ্ধেৰে অধিক লাভ কৰিবলৈ সক্ষম হোৱা নাই । ফ্ৰান্সৰ সম্রাট, যিজনে এজন ক্ষুদ্ৰ কৰ্চিকান সেনা বিষয়া হিচাপে জীৱন আৰম্ভ কৰিছিল, কম সময়ৰ বাবে হ‘লেও […]