গছবোৰ

মূলঃ ফ্ৰানজ কাফকা

অনুবাদঃ জ্যোতিশিখা দত্ত

 

আমাৰ বাবে বৰফত থকা স্কন্ধৰ নিছিনা দেখাত লাগে সিহঁত মসৃণ হৈ পৰি আছে আৰু এটা সৰু ঠেলা সিঁহত ঘূৰ্ণমান হবলৈ
যথেষ্ট হব নহয়, সেইটো কৰিব নোৱাৰি, সিহঁত ভূমিৰ লগত দৃঢ়ভাৱে যুক্ত হৈ আছে কিন্তু চোৱা, আনকি সেইটোও দেখাত হে লাগে

One Response

Leave a Reply to Unknown Cancel reply

Your email address will not be published. Required fields are marked *