বক্তৃতাঃ গ্ৰেটা থুনবাৰ্গৰ এটি জনপ্ৰিয় বক্তৃতা
গ্ৰেটা থুনবাৰ্গৰ এটি জনপ্ৰিয় বক্তৃতা (আমেৰিকাৰ নিউয়ৰ্ক চহৰত আগষ্ট মাহত আয়োজিত হোৱা ‘ক্লাইমেট একশ্যন চামিট-২০১৯’ত বিখ্যাত পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গে এক ভাষণ আগবঢ়াইছিল । এয়া সেই জনপ্ৰিয় ভাষণটোৰেই ভাষান্তৰ। ) ভাষান্তৰ – আৰহান ইনামুলউৎস- https://youtu.be/rYxt0BeTrT8 মোৰ বাৰ্তা এইটো যে আমি আপোনালোকক লক্ষ্য কৰি আছোঁ। মুঠতে সকলোবোৰ ভুল হৈছে । মই এতিয়া ইয়াত থকাৰ পৰিবৰ্তে সাগৰৰ সিপাৰে থকা […]
বক্তৃতাঃ জৱহৰলাল নেহেৰুৰ Tryst with destinyৰ মুকলি অনুবাদ
জৱহৰলাল নেহেৰুৰ “Tryst with destiny”ৰ মুকলি অনুবাদ ভাষান্তৰঃ ৰাজশ্ৰী দাস বহু বছৰ আগতে আমি নিয়তিৰ সৈতে প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ। এতিয়া সেই প্ৰতিজ্ঞা সম্পন্ন কৰাৰ সময় আহি পৰিছে। সম্পূৰ্ণ ৰূপে নহ‘লেও কিছু পৰিমানে হ‘লেও সফল কৰিম। মাজনিশাৰ সেই ঘটনাৰ সময়ত, যেতিয়া পৃথিৱী শুই থাকিব, তেতিয়া ‘জীৱন আৰু স্বাধীনতা‘ৰ বাবে সমগ্ৰ পৃথিৱীত ভাৰতবৰ্ষ জনাজাত হৈ পৰিব। ইতিহাসত এনেকুৱা […]
বক্তৃতাঃ ‘দ্য গ্ৰেট ডিক্টেটৰ’ৰ বিখ্যাত বক্তৃতাটো
‘দ্য গ্ৰেট ডিক্টেটৰ’ৰ বিখ্যাত বক্তৃতাটো অনুবাদ- প্ৰদ্যুম্ন কুমাৰ গগৈ মই দুঃখিত, কিন্তু এজন সম্ৰাট হ‘ব মই নিবিচাৰো। সেয়া মোৰ দায়িত্ব নহয়। মই শাসন অথবা পৰাভূত কৰিব নিবিচাৰো কাকোকে। মই প্ৰয়োজনত কাৰোবাক সহায় কৰিব পালেহে ভাল লাগে। ঈহুদী- অনাঈহুদী- ক‘লা মানুহ, বগা- আমি কেৱল বিচাৰো ইজনে সিজনক সহায় কৰিব, মানুহ এনেকুৱাই স্বাভাৱিকতে। আমি ইজনে সিজনৰ সুখবোৰৰ […]