চীজাৰৰ অন্তেষ্টিক্ৰিয়াত এণ্টনীৰ ভাষণঃ ১

অনুবাদ ঃ  ঋতুপৰ্ণা চৌধুৰী বন্ধুগণ,ৰোমানসকল,দেশবাসীসকল,মোৰ কথা মন দি শুনক; মই চীজাৰক সমাধিস্থ কৰিবলৈ আহিছো, প্ৰশংসা কৰিবলৈ নহয়৷ মানুহৰ কুকৰ্ম মৰণৰ পিছত ৰৈ যায়; সৎকৰ্মসমূহ তেওঁলোকৰ হাড়ৰ লগত মিলি যায়; গতিকে চীজাৰৰ ক্ষেত্ৰতো সেয়েই হওঁক৷।মহান ব্ৰুটাছে আপোনালোকক কৈছে চীজাৰ উচ্চাকাংক্ষী আছিল: যদি সেয়াই হয়,তেন্তে সেইটো আছিল এক মাৰাত্মক দোষ, আৰু মাৰাত্মক ভাৱেই চীজাৰে তাৰ ফল ভুগিছে৷ ইয়াত, […]

সদ্যপ্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মূখাৰ্জীৰ ৰাষ্ট্ৰপতিৰ বিদায়ী ভাষণ

অনুবাদঃ নিকু দুৱৰা ৰাজনীতি বিজ্ঞান বিভাগ, নৰ্থ লখিমপুৰ কলেজ চৌহদ Courtesy: NDTV Convergence Limited 2020   (মহান ৰাজনীতিবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মূখাৰ্জীদেৱে যোৱা ৩১ আগষ্ট, ২০২০ তাৰিখে তেওঁৰ ৮৫ বছৰীয়া বণ্যাৰ্ঢ জীৱনৰ সামৰণি মাৰে। ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা এইজন মহান স্বপ্নদ্ৰস্তা নেতাজনক হেৰুৱাই আমি TranslatorsAssam পৰিয়াল অত্যন্ত দুখী। এই ভাষণটো ২০১৭ […]

বক্তৃতাঃ মালালা ইউছুফজাইৰ নোবেল ভাষণৰ অসমীয়া ভাঙনি

অসমীয়া ভাঙনিঃ দুলুমণি পেগু, চিলাপথাৰ, ধেমাজি ।   বিছমিল্লাহ হিৰ ৰহমান ইৰ ৰহিম। ভগৱানৰ নামত অধিকতম দয়া, অধিকতম  পৰোপকাৰিতা আছে। হে মহানসকল, নৰৱে দেশৰ নোবেল সমিতিৰ প্ৰসিদ্ধ সদস্যসকল, মৰমৰ ভাইসকল আৰু ভনীসকল,আজিৰ দিনটো মোৰ কাৰণে মহান আনন্দৰ দিন। মই বিনীত যে নোবেল সমিতিয়ে মোক এই অকালপক্কক বঁটাৰ কাৰণে মনোনীত কৰিলে। আপোনালোকৰ অবিৰত সমৰ্থন আৰু মৰমৰ কাৰণে আপোনালোক […]

ঐতিহাসিক বক্তৃতাঃ লাহোৰ উচ্চ ন্যায়ালয় ছহিদ ভগত সিঙৰ বক্তব্য

  লাহোৰ হাইক’ৰ্টত ছহিদ ভগত সিঙৰ বক্তব্য অনুবাদ- জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয়   মহামান্য হে মহামহিম, আমি উকীলো নহওঁ, ইংৰাজী ভাষাৰ পণ্ডিতো নহওঁ, শৈক্ষিক উপাধি একোটাৰো অধিকাৰী নহওঁ। সেয়েহে মহোদয়ে যাতে আমাৰ পৰা আলংকাৰিক ভাষণ এটাৰ আশা নাৰাখে। গতিকে ভাষাগত ভুলৰ সলনি যাতে মিনতিৰ সাৰমৰ্মত গুৰুত্ব আৰোপ কৰা হয়,তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। বাকীবোৰ বিষয় অধিবক্তাসকললৈ এৰি […]

বক্তৃতাঃ তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম / সুভাস চন্দ্ৰ বসু

সুভাস চন্দ্ৰ বসুৰ ভাষণ  অনুবাদঃ কৃষ্ণা দাস    (নেতাজীয়ে এই ভাষণটো ১৯৪৪ ত বাৰ্মাৰ ইণ্ডিয়ান নেচনেল আৰ্মীত প্ৰদান কৰিছিল।) বন্ধুসকল, বাৰ মাহৰ আগতে পূৱ এছিয়াত ভাৰতীয়সকলৰ সন্মুখত ‘সম্পূৰ্ণ সৈন্য সংগঠন’ বা ‘অধিক বলিদান’ ৰ কাৰ্যসূচী  কৰা হৈছিল। আজি মই আপোনালোকক যোৱা বছৰৰ আমাৰ উপলব্ধিৰ হিচাপ দিম আৰু আহিবলগীয়া বছৰৰ আমাৰ ইচ্ছা আপোনালোকৰ সন্মুখত দাঙি ধৰিম। […]

বক্তৃতাঃ ১৯৪২ চনত মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ ভাষণ

 ১৯৪২ চনত মহাত্মা গান্ধীৰ ভাৰতত্যাগ আন্দোলনৰ ভাষণ অনুবাদ ঃ মুনমুন সৰকাৰ শইকীয়া মূল কথা আৰম্ভ কৰাৰ আগতেই মই দুটামান কথা ক‘ব বিচাৰো, মই দুটামান কথা বুজাই দিব খুজিছোঁ আৰু কথা কেইটাআমাৰ বাবে দৰকাৰী বুলি ভাবোঁ। মই বিচাৰোঁ যে কথা কেইটা আপোনালোকে মোৰ দৃষ্টিভংগীৰে চাওঁক তেন্তে আপোনালোক সুখী হ‘ব পাৰিব। এয়া এক মহান জবাবদিহী। বহুসংখ্যক মানুহে মোক সোধে […]

বক্তৃতাঃ মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ বক্তৃতা

       মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ বিশ্বপ্ৰসিদ্ধ বক্তৃতা –  I HAVE A DREAM ভাষান্তৰ– বিতুপ্ৰতিভ বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয় মাৰ্টিন লুথাৰ কিং জুনিয়ৰ (পটভূমি– উক্ত অভিভাষণটি আমেৰিকান মানৱ অধিকাৰৰ প্ৰবক্তা মাৰ্টিন লুথাৰ কিং জুনিয়ৰে ১৯৬৩ চনৰ ২৮ আগষ্ট তাৰিখে ‘মাৰ্চ অন ৱাশ্বিংটন’ বা ৱাশ্বিংটন সমদলত লিংকন মেম’ৰিয়েলৰ সন্মুখত প্ৰদান কৰিছিল। উক্ত ভাষণটি বৰ্ণবৈষম্যবাদৰ বিৰুদ্ধে আৰু কৃষ্ণাংগসকলৰ অসামৰিক তথা […]

বক্তৃতাঃ আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ বক্তৃতা:

 আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ বক্তৃতা: অনুবাদঃ চন্দনা কাশ্যপ সজ্জনসকল, মই লক্ষ্য কৰোঁ যে যেতিয়া মই আপোনালোকক এটা নতুন উদ্যোগত নেতৃত্ব দি আগবাঢ়োঁ, আপোনালোকে মোক এতিয়া আৰু আপোনালোকৰ আগৰ উদ্যমেৰে অনুসৰণ নকৰে । মই আপোনালোকক মোৰ লগত আলোচনা কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ যাতে আমি একেলগে এটা সিদ্ধান্তত উপনীত হ‘ব পাৰোঁ যে মোৰ পৰামৰ্শ মতে আমি আগুৱাই যাম নে আপোনালোকৰ মতে, পিছ হুহুকি […]

বক্তৃতাঃ ‘বেণ্ডিট কুইন’ খ্যাত ফুলন দেৱীৰ বক্তৃতা

‘বেণ্ডিট কুইন’ খ্যাত ফুলন দেৱীয়ে ২০০১ চনত ডুবাইৰ এখন সভাত প্ৰদান কৰা বক্তৃতা মূল- হিন্দী  অনুবাদঃ লিজা বৰা      আজি সংস্থাৰ তৰফৰ পৰা উপস্থিত মাননীয় আব্বু হাচমি ,আদিম ভাই, শ্বায়েৰ ভাই আৰু উপস্থিত ভাই -ভনী সকল; মই কেৱল হিন্দী ভাষাহে জানো৷ আনবোৰ ভাষা ভালকৈ নাজানো৷ মোক দিল্লীৰ পৰা আমন্ত্ৰণ কৰি, সংস্থাৰ তৰফৰ পৰা ইমানখিনি […]

বক্তৃতাঃ এ পি জে আব্দুল কালাম , ৰাষ্ট্ৰপতি , ২০০৭ চনৰ গণতন্ত্ৰ দিৱসৰ ভাষণ ।

২০০৭ চনৰ গণতন্ত্ৰ দিৱসৰ দিনা ড০ এ পি জে আব্দুল কালামে ভাৰতৰ শৈক্ষিক বিকাশ, দৰিদ্ৰতা তথা বিজ্ঞান ভিত্তিক আৰু সামাজিক উন্নয়ন সম্পৰ্কে প্ৰদান কৰা বিশেষ বক্তৃতাটিঃ                            অনুবাদ- স্ৰোতস্বিনী তামুলী          আশীৰ দশকত মোক শিশু সকলে কৰা প্ৰশ্নসমূহ আছিল এইধৰণৰ-“আমি কেতিয়ালৈ ভাৰতৰ জয়গান গাবলৈ সক্ষম হ‘ম?” আজিৰ যুৱ সমাজে প্ৰশ্ন কৰে-“আমি দেশৰ বাবে কি কৰিব পাৰোঁ?” […]