আলজেৰিয়ান-ফ্ৰেন্স দাৰ্শনিক জেক ডেৰিডা (Jacques Derrida)ৰ এটি সাক্ষাৎকাৰঃ

আলজেৰিয়ান-ফ্ৰেন্স দাৰ্শনিক জেক ডেৰিডা (Jacques Derrida)ৰ এটি সাক্ষাৎকাৰঃঅনুবাদ ঃ ড০ চন্দনা কাশ্যপ প্ৰশ্ন ১ : “এটা সাক্ষাৎকাৰ ডেৰিডাৰ সৈতে? অৱশেষত আমি চাগৈ তেখেতৰ বিষয়ে কিবা কথা বুজিবলৈ গৈ আছোঁ !” এয়াই আছিল কিছুমান মানুহৰ বক্তব্য যেতিয়া মই ঘোষণা কৰিছিলোঁ যে মই আপোনাৰ সৈতে এই কামটোৰ বাবে প্ৰস্তুতি চলাই আছোঁ। কোৱা হয় যে আপোনাৰ লিখনিসমূহ জটিল, পঠনসাধ্যতাৰ […]

সাক্ষাৎকাৰঃ জীৱনৰ সপ্তম দশকত ষ্টিফেন হকিঙৰ এটা আকৰ্ষণীয় সাক্ষাৎকাৰ

ষ্টিফেন হকিঙৰ সাক্ষাৎকাৰ অনুবাদ ঃ আৰহান ইনামুল (আপুনি APSC পৰীক্ষাৰ বাবে আগ্ৰহী নেকি? যদি হয় ক্লিক কৰক) ]মাত্ৰ ২১ বছৰ বয়সতে মটৰ নিউৰণ নামৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ষ্টিফেন হকিং এই ৰোগ ধৰা পৰাৰ পিছত মাত্ৰ কেইবছৰমানহে জীয়াই থাকিব বুলি আশা কৰা হৈছিল । বিজ্ঞানৰ এটা জনপ্ৰিয় ব্লগ “নিউ চায়েন্টিষ্ট”ত সেই যুগপুৰুষ জনাৰ এটা সাক্ষাৎকাৰ প্ৰকাশ […]

কম্বোডিয়াৰ ৰাজনীতিৰ সম্পৰ্কত পোন্ধৰ মিনিটৰ সাক্ষাৎকাৰঃ কম্বোডিয়াই গণতন্ত্ৰ বিচাৰে!

কম্বোডিয়াই গণতন্ত্ৰ বিচাৰে! মানৱ অধিকাৰ কৰ্মী ড০ থিয়াৰী চেঙৰ সৈতে পোন্ধৰ মিনিটৰ এটা সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণঃ নিকু দুৱৰা (কাৰিকৰী সহযোগীঃ কালিকাব শইকীয়া) মূল ইংৰাজীঃ Cambodia seeks for democracy, Niku Duwarah   কম্বোডিয়া দক্ষিণ-পূব এছিয়াৰ এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ। ভূ-ৰাজনৈতিকভাৱেও এই ৰাষ্ট্ৰখনৰ গুৰুত্ব অপৰিসীম। যোৱা বহুকেইটা দশক ধৰি কম্বোডিয়া আৰু ইয়াৰ সাধাৰণ নাগৰিকে গণতন্ত্ৰৰ হকে এখন নিৰলস সংগ্ৰাম অব্যাহত ৰাখিছে। […]

ঝুম্পা লাহিৰীৰ সৈতে ফ্ৰেঞ্চকা পেল্লাচৰ এটি সাক্ষাৎকাৰ

“হোৱাট এম আই ট্ৰায়িং টু লীভ বিহাইণ্ড”  (সাক্ষাৎকাৰ গ্ৰহণকাৰী – ফ্ৰেঞ্চকা পেল্লাচ, ৩১আগষ্ট, ২০১৭)  অসমীয়া অনুবাদ-  কিন্নৰী ডেকা।   ঝুম্পা লাহিৰী (জীৱন এটি অনাকাংক্ষিত ক্ষণৰ ভঁড়াল! ই অপ্ৰত্যাশিত মুহূৰ্ত আৰু চমৎকাৰৰ এটা জোলোঙা। আজিলৈকে দেখা ৰোমাঞ্চকৰ সপোনবোৰতো নিজকে ঝুম্পা লাহিৰীৰ পাকঘৰত তেওঁক ইটালিয়ান মকা মেচিন এটাৰ পৰা মোৰ বাবে কফি তৈয়াৰ কৰা চাই থকা অৱস্থাত মই […]

আলবে’ৰ কেম্যুৰ সাক্ষাৎকাৰ

আলবে’ৰ কেম্যুৰ সাক্ষাৎকাৰ অনুবাদ  : মীনাক্ষী বৰপাত্ৰগোহাঁই   আলবে’ৰ কেমুৰ জন্ম হৈছিল ১৯১৩ চনত আলজেৰিয়াত ৷ বিশ্বৰ বিখ্যাত লেখকসকলৰ অন্যতম কেম্যুৱে জীৱন প্ৰকৃততে কি, এই সন্দৰ্ভত বহুতো ব্যাখ্যা আগ বঢ়োৱাৰ  লগতে  নিৰৰ্থকতাক  তেওঁ আঙুলিয়াই দেখুৱাইছিল ৷ তেওঁৰ সাহিত্যকৃতিৰ ভিতৰত ‘দ্য আউটচাইডাৰ‘, ‘দ্য প্লেগ‘, ‘দ্য ফল‘ আদি উল্লেখযোগ্য উপন্যাস ৷ ‘দ্য মিথ অব সিসিফাস’, ‘দ্য ৰিবেল’ […]

গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ সাক্ষাৎকাৰ

গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ এটা সাক্ষাৎকাৰ অনুবাদঃ অৰ্পিতা বৰদলৈ ১৯২৭ চনত ক’লম্বিয়াৰ আৰাকাটাকা গাঁৱত জন্মলাভ কৰা গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজে ১৯৬৭ চনত “চিয়েন এনোচ ডি চোলেদাদ” নামৰ উপন্যাসখন প্ৰকাশ কৰি আধুনিক উপন্যাস সাহিত্যৰ এগৰাকী দক্ষ ব্যক্তি ৰূপে পৰিগণিত হয় (ইংৰাজীত এই উপন্যাসখনেই ১৯৭০ চনত “ওৱান হানড্ৰেড ইয়াৰ্চ অৱ চ’লিটিউড” নামেৰে প্ৰকাশিত হৈছিল)৷ তেখেতৰ খ্যাতিত ১৯৮৭ চনত সাহিত্যৰ […]

আব্বাছ কিয়াৰ’স্তামিৰ সাক্ষাৎকাৰ

চলচিত্ৰ পৰিচালক আব্বাছ কিয়াৰ’স্তামিৰ সাক্ষাৎকাৰ  সাক্ষাৎগ্ৰহণ: বেনেই’ট পাভান অনুবাদ: ইন্দ্ৰনীল গায়ন প্ৰশ্ন:  এগৰাকী যুৱ পৰিচালক হিচাপে আপুনি নিজক কেনে পৰ্যায়ৰ পৰিচালক বুলি  ভাবিছিল ? উত্তৰ: মই এই প্ৰশ্নৰ উত্তৰটো  অতি সহজভাৱে বা সাধাৰণভাৱে দিবলৈহে ভালপাম৷ আচলতে মই মোৰ জীৱনটোৰ পাৰ কৰি অহা সময়খিনিৰ পৰা যদি বৰ্তমানটো চাওঁ তেন্তে ক’ম একেবাৰে সাধাৰণ আৰু মই নিজক এতিয়াও এজন […]

সাক্ষাৎকাৰঃ ড০ আক্কাই পদ্মশালীৰ সাক্ষাৎকাৰ

ড০ আক্কাই পদ্মশালীৰ সাক্ষাৎকাৰ – অনুবাদঃ কোকিল শইকীয়া (ড০ আক্কাই পদ্মশালী হৈছে কৰ্ণাটকৰ এগৰাকী ট্ৰান্সজেণ্ডাৰ সক্ৰিয়কৰ্মী আৰু অনুপ্ৰেৰক বক্তা । জীৱনত নানা ঘাত প্ৰতিঘাতৰ মাজেৰে তেওঁ কেনেকৈ সমাজত প্ৰতিষ্ঠা লাভ কৰিছে ; হিজৰা সমুদায়ৰ পৰা পৰা ৰাষ্ট্ৰপতি ভৱনলৈ , যৌন কৰ্মীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰালৈ তেখেতৰ এই অনুপ্ৰেৰণা যোগাব পৰা সংগ্ৰামী জীৱন যাত্ৰাৰ বিষয়ে […]

সাক্ষাৎকাৰঃ যৌনাভিনয় প্ৰকৃত নহয় (Porn is not real)

 যৌনাভিনয় প্ৰকৃত নহয় (Porn is not real)  অনুবাদঃ স্ৰোতস্বিনী তেজিমলা (টোকাঃ বছৰচেৰেক আগতে মিয়া খালিফাই Porn Industry এৰিছিল। Porn Industry এৰাৰ পিছত, কেইমাহমান আগতে মিয়া খালিফাই নিজৰ জীৱন আৰু Porn Industry ৰ জগতখন সম্পৰ্কে আন্তৰাষ্ট্ৰীয় নিউজ চেনেল ‘BBC’ত ‘Hard Talk’ শীৰ্ষক এটি সাক্ষাৎকাৰ প্ৰদান কৰিছিল। সজাগতা আৰু সাৱধানতা অৱলম্বনৰ বাবে এই সাক্ষাৎকাৰটিৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ’ল, যাতে কোনেও নিজৰ অনিচ্ছাসত্তে এই উদ্যোগত ভৰি দিবলগা […]

সাক্ষাৎকাৰঃ তছলিমা নাছৰিণৰ সৈতে সুমন কুঞ্জিলালৰ সাক্ষাৎকাৰ

“মই প্ৰেমৰ মোহত বাৰে বাৰে প্ৰেমত পৰিছো।” তছলিমা নাছৰিনৰ সৈতে সুমনা কাঞ্জিলালৰ সাক্ষাৎকাৰ অনুবাদকঃ অৱনী বুঢ়াগোহাঁই প্ৰেম অসীম অনন্ত এটা বিষয়। তাক শব্দৰ বান্ধোনেৰে কোনে বান্ধিব পাৰে ? প্ৰেম হয়তো যিমানখিনি পোৱা,  তাতকৈ বেছিকৈ দিবলৈ বিচৰাৰ অনুভৱ। প্ৰেমে বিচৰা দৰে গভীৰতা পালে এনেধৰণৰ অনুভূতি আহে। প্ৰেমে নিশ্চয়কৈ সান্নিধ্য বা নৈকট্য বিচাৰে। কিন্তু ভালপোৱাজনৰ বাবে দূৰৰ […]