কৃষ্ণকান্ত সন্দিকৈৰ প্ৰৱন্ধ “ অনুবাদৰ কথা” PDF
কৃষ্ণকান্ত সন্দিকৈৰ প্ৰৱন্ধ “ অনুবাদৰ কথা”ৰ PDF ডাউনল’ড কৰিবলৈ ইয়াত ক্লিক কৰক
নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ অসমীয়া অনুবাদ
নাগৰিকত্ব সংশোধনী আইন, ২০১৯–য়ে সমগ্ৰ ভাৰতৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এক তীব্ৰ ৰাজনৈতিক আৰু সামাজিক ধুমাহাৰ সৃষ্টি কৰিছিল। কোনো অসমীয়াই কা-বিৰোধী আন্দোলনৰ সেই উত্তপ্ত আৰু অগ্নিগৰ্ভ সময়চোৱাক পাহৰি যাব নোৱাৰে। কা-আন্দোলনৰ সময়চোৱাত বিভিন্ন পক্ষৰ পৰা প্ৰশ্ন আহিছিল যে “কা’– মানে কি বা ইয়াক কিমান মানুহে পঢ়িছে বুলি। এখন আইনৰ বিৰোধিতা কৰা বা ইয়াক সমৰ্থন কৰাৰ […]
অসম চুক্তি
অসম চুক্তিঃ ছবছৰীয়া অসম আন্দোলন সমাপ্তি হৈছিল ঐতিহাসিক অসম চুক্তিৰ যোগেদি। যোৱা বহুকেইটা দশকজুৰি অসমৰ ৰাজনৈতিক ইতিহাস অসম চুক্তিকেন্দ্ৰিক হৈ আছে। এই অসম চুক্তিখনৰ অসমীয়া সংস্কৰণটোৰ পি.ডি.এফ ডাউনলোড কৰিবলৈ ক্লিক কৰক- অসম চুক্তি, @Indian Express ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক