ভঁইশাসুৰ : মহিষাসুৰ – ভাৰতৰ প্ৰথম ধাতুবিজ্ঞানী অসুৰ সম্প্ৰদায়

ভঁইশাসুৰ : মহিষাসুৰ ভাৰতৰ প্ৰথম ধাতুবিজ্ঞানী অসুৰ সম্প্ৰদায় মূল : শৰ্মিষ্ঠা দাস চাদ্ৰী ভাষালৈ অনুবাদ : ৰবচন তাঁতী অসমীয়া অনুবাদ: স্ৰোতস্বিনী তামুলী যোৱা আঢ়ৈ বছৰ ৰাঁচী চহৰৰ প্ৰতি এক মায়াই বান্ধি ৰাখিছে। চকু মুদিলেই মন মুহি নিয়া ছোটনাগপুৰ পাহাৰৰ ছবি মনলৈ আহে। আৰু আহে … নোমাডিক, ছেমি নোমাডিক আদিম জনগোষ্ঠীৰ বাসস্থানৰ কথা। […]
নবনীতা দেব সেনৰ কাপেৰে
নবনীতা দেব সেনৰ এটি লেখা—– অসমীয়া অনুবাদ :: অনুৰাধা বৰুৱা “বিছ–বাইছ বছৰৰ আগৰ কথা । এখন শাৰদীয় আলোচনীত সমৰেশ বসুৱে এজন পঞ্চাশোৰ্ধ পুৰুষৰ দ্বাদশ শ্ৰেণীৰ এজনী ছাত্ৰীৰ সৈতে হোৱা মধুৰ প্ৰেমৰ কাহিনী এটা লিখিছিল । সেইটো পঢ়াৰ পাছত মই ভাবিছিলোঁ, বাঃ পুৰুষ মানুহ বাবে তেওঁ যি মন যায় তাকেই যদি লিখিব পাৰে, তেন্তে মইনো […]
উত্তৰ ঔপনিৱেশিক দৃষ্টিৰে ভাৰতৰ ইতিহাসত হিন্দুত্ব
উত্তৰ ঔপনিৱেশিক দৃষ্টিৰে ভাৰতৰ ইতিহাসত হিন্দুত্বমূল : ড৹ দ্বিজেন্দ্ৰ নাৰায়ণ ঝাঅনুবাদঃ সুমন্ত কাকতি ঔপনিৱেশিক শাসকৰ আমোলত পাশ্চাত্যৰ পণ্ডিত সকলে বিশেষকৈ ব্ৰিটিছ ইতিহাসবিদ সকলে অতীতৰ ভাৰতবৰ্ষৰ ইতিহাস সংক্ৰান্তত অজস্ৰ সাধাৰণীকৃত আৰু অতিৰঞ্জিত কেতবোৰ ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰি থৈ গৈছে । তেঁওলোকে ভাৰতৰ প্ৰাচীন সমাজ ব্যৱস্থাক জড় আৰু শতিকাজুৰি পৰিবৰ্তনহীন বুলি অভিহিত কৰি গৈছে । লগতে […]
Translation of the original texts of Bishnu Rabha-1, 2
Translation of the original texts of Bishnu Rabha:
প্ৰৱন্ধঃ এজন মানুহে কিদৰে মন আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰে? / Ed Vishwanathan
এজন মানুহে কিদৰে মন আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰে? মূল: Ed Vishwanathan অনুবাদ: কিশোৰ দাস (Ed Vishwanathan ৰ Amazing Secrets of the Bhagavad Gita ৰ একত্ৰিছ তম পাঠ How can a person control his thoughts and mind? ৰ অনুবাদ।) নাতিল‘ৰা: এজন মানুহে কিদৰে মন আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰে? ককাদেউতা: এই যে […]
প্ৰৱন্ধঃ সাম্যবাদ আৰু পৰিয়াল / আলেকজেণ্ড্ৰা কলন্তাই
সাম্যবাদ আৰু পৰিয়াল মূল: আলেকজেণ্ড্ৰা কলন্তাই অনুবাদ: বিশ্বজিৎ বৰা প্ৰথম প্ৰকাশ: ৰুছ ভাষাত Komuinstka, নং ২, ১৯২০, আৰু ইংৰাজী ভাষাত The Worker, ১৯২০; উৎস: “Communism and the Family.” Selected Writings of Alexandra Kollontai. Allison & Busby, ১৯৭৭; ইংৰাজী অনুবাদ: এলিক্স হল্ট (Alix Holt) (https://www.marxists.org/archive/kollonta/1920/communismfamily.htm)। [অনুবাদকৰ টোকা: বিংশ শতিকা জোকাৰি যোৱা ৰুছদেশৰ সমাজবাদী আন্দোলনৰ এগৰাকী অন্যতম লেখত ল’বলগীয়া মাৰ্ক্সবাদী […]
প্ৰৱন্ধঃ থেছিছ অন ফয়াৰবাখ / কার্ল মার্ক্স
থেছিছ অন ফয়াৰবাখ – কার্ল মার্ক্স অনুবাদঃ ময়ূৰ চেতিয়া কাৰ্ল মাৰ্ক্স মার্ক্সৰ এই পাঠটো লিখা হৈছিল ১৮৪৫ চনত কিন্তু ১৯২৪ চনতহে ই প্রথমবাৰৰ বাবে ছপাশালৰ মুখ দেখিছিল; মস্কোস্থিত ‘ইনষ্টিট্যুট অফ মার্ক্সিজিম লেনিনিজিম’ৰ দ্বাৰা ৰাছিয়ান আৰু জার্মান ভাষাত পাঠটো প্রথমবাৰ প্রকাশ কৰা হৈছিল। ইংৰাজীত প্রথমবাৰৰ বাবে পাঠটো প্রকাশ কৰা হৈছিল ‘জার্মান আইডিয়লজী’ গ্রন্থখনৰ অংশ হিচাপে, ১৯৩৮ […]
প্ৰবন্ধঃ ভিয়েটনামে কেনেকৈ সক্ষম হৈছে?
ভিয়েটনামে কেনেকৈ সক্ষম হৈছে ? মূল – স্বতী চক্ৰৱৰ্তী, কোয়াং গাই , ভিয়েটনাম অনুবাদ – সংগীতা দাস যোৱা মঙ্গলবাৰ পৰ্যন্ত ভিয়েটনামত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ কোনো ব্যক্তিৰ মৃত্যু হোৱা নাই। ভিয়েটনামত কোৰোনাত আক্ৰান্ত হৈছে ২৫৯ জন লোক,ইয়াৰ ভিতৰত সুস্থ হৈ উঠিছে ১২৮ জন। চীন,দক্ষিণ কোৰিয়া, জাপানৰ তুলনাত ভিয়েটনামে এতিয়া পৰ্যন্ত কোৰোনা ভাইৰাছ মোকাবিলা কৰাৰ ক্ষেত্ৰত […]
প্ৰবন্ধঃ মহামাৰীয়ে দিয়া কিছু মৌলিক সকীয়নি
মহামাৰীয়ে দিয়া কিছু মৌলিক সকীয়নি মূল ইংৰাজী: প্ৰভাত পাটনায়ক প্ৰকাশ: পিপলচ্ ডেম‘ক্ৰেচি ,২২ মাৰ্চ,২০২০ সংখ্যা অনুবাদ: ঋতুপৰ্ণ গোস্বামী বৰ্তমানৰ কৰোনা ভাইৰাছ মহামাৰীৰ সংহাৰ প্ৰায় এক শতিকা আগৰ ‘স্পেনিছ ফ্লু‘ত কৈ বহুগুণে কম বুলি ক‘ব পাৰি। ‘স্পেনিছ ফ্লু‘য়ে বিশ্বজুৰি ৫০ কোটি লোকক ক্ষতিগ্ৰস্ত কৰিছিল, সেয়া সেই সময়ৰ পৃথিৱীৰ জনসংখ্যাৰ ২৭% আছিল। ‘স্পেনিছ ফ্লু‘ত আক্ৰান্ত হোৱা লোকৰ […]