অনুবাদকৰ আড্ডাঃ উদ্ধোধনী অনুষ্ঠান

পঞ্চানন হাজৰিকা সেইসকল গল্পকাৰৰ মাজৰ এজন, যিসকলে তৰুণ হৈও নিজৰ পৰিচয় অসমৰ সাহিত্য জগতখনত শক্তিশালীকৈ গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেওঁৰ গল্পসমুহত এটা লিৰিকেল বা গীতিময় শৈলী পোৱা যায়, যাৰ বাবে তেওঁৰ গল্পসমূহ হৈ পৰে একক আৰু দৃঢ়। পঞ্চানন হাজৰিকাৰ বিখ্যাত গল্প “টেঙানী”ৰ ইংৰাজী অনুবাদ হৈছিল আমাৰ ৱেবচাইটতে (পঢ়ক- অনুবাদ কৰিছিল অৰ্চনা গীতা শইকীয়াই)। অনুবাদটোৱে দেশী-বিদেশী […]