বক্তৃতাঃ মালালা ইউছুফজাইৰ নোবেল ভাষণৰ অসমীয়া ভাঙনি
অসমীয়া ভাঙনিঃ দুলুমণি পেগু, চিলাপথাৰ, ধেমাজি । বিছমিল্লাহ হিৰ ৰহমান ইৰ ৰহিম। ভগৱানৰ নামত অধিকতম দয়া, অধিকতম পৰোপকাৰিতা আছে। হে মহানসকল, নৰৱে দেশৰ নোবেল সমিতিৰ প্ৰসিদ্ধ সদস্যসকল, মৰমৰ ভাইসকল আৰু ভনীসকল,আজিৰ দিনটো মোৰ কাৰণে মহান আনন্দৰ দিন। মই বিনীত যে নোবেল সমিতিয়ে মোক এই অকালপক্কক বঁটাৰ কাৰণে মনোনীত কৰিলে। আপোনালোকৰ অবিৰত সমৰ্থন আৰু মৰমৰ কাৰণে আপোনালোক […]