ইন্টাৰকোৰ্চ (প্ৰথম অংশ)

ইন্টাৰকোৰ্চ মূলঃ আন্দ্ৰিয়া ডউকৰিন অনুবাদঃ নিকু দুৱৰা (উৎসৰ্গাঃ অনাস্মিতা, ইমান দিনে মোৰ পাগলামীবোৰ সহ্য কৰি থকাটোও এটা কম কথা নহয়। তোৰ হাতত মৰমেৰে—) (বিশেষ ধন্যবাদঃ হৰ্ষবৰ্ধন। তোৰ পৰা কিতাপখন কেতিয়াবাই আনি ঘূৰাই দিয়াৰ পৰিৱৰ্তে অনুবাদ কৰিবলৈহে লাগিছোঁ।) প্ৰথম খণ্ড বিকৰ্ষণ (Repulsion) দুটাকৈ ৰোগীয়া সন্তানৰ মাতৃ পঁচিশ বছৰীয়া আলমা মেহেৰে ক্ৰমে নিজৰ বিয়াখনক লৈ […]