কবিতাঃ এজন মানুহে তেওঁৰ জীৱনত / য়েহুদা আমিখাই
এজন মানুহে তেওঁৰ জীৱনত (A Man in His Life) মূল – য়েহুদা আমিখাই অনুবাদ – ড° বিৰিঞ্চি কুমাৰ দাস
শঙ্খ ঘোষৰ কেইটিমান কবিতাৰ অসমীয়া অনুবাদ
শঙ্খ ঘোষৰ কেইটিমান কবিতাৰ অসমীয়া অনুবাদ কবি ইণ্টাৰভিউ অনুবাদ : প্ৰকল্প ৰঞ্জন ভাগৱতী এই মঙহৰ সোৱাদ অতি চিনাকি থুঁতৰিলৈকে বৈ আহে জোল অপেক্ষাৰ পিছত অপেক্ষা অপেক্ষাৰ পিছত অপেক্ষা তাৰপিছত গম পাওঁ এনেকুৱা হয়েই আমাৰ ভনীহঁতে য‘ত ইণ্টাৰভিউ দিবলৈ যায় তাত আমিয়েই অন্য পোছাকত গৰম ভাপ লৈ লৈ সিহঁতক খাম বুলি মনে […]
কবিতাঃ জোনাকৰ সংগীত / য়ান্নি ৰিচ্চছ
“Moonlight Sonata” by Yianni Ritsos জোনাকৰ সংগীত। কবিঃ য়ান্নি ৰিচ্চছ । অসমীয়া অনুবাদঃ অৱনী বুঢ়াগোহাঁই এটা বসন্তৰ সন্ধিয়া। পুৰণি ঘৰ এটাৰ আহলবহল কোঠা এটা । ক’লা সাজ পৰিহিত এক নিৰ্দিষ্ট বয়সীয়া মহিলাই যুবক এজনৰে সৈতে কথা পাতি আছে। তেওঁলোকে কোঠাত বিজুলীচাকি জ্বলোৱা নাই। দুয়োখন খিৰিকিৰে অবিৰাম গতিত অহা জোনৰ পোহৰে পোহৰাই তুলিছে। মোৰ আগেয়ে […]
কবিতাঃ বলিয়া ছোৱালী এজনীৰ প্ৰেম-সংগীত / ছিলভিয়া প্লাথ
বলিয়া ছোৱালী এজনীৰ প্ৰেম-সংগীত কবি : ছিলভিয়া প্লাথ অনুবাদ : স্ৰোতস্বিনী তামুলী মই মোৰ চকু দুটা জপাই দিছিলোঁ আৰু এনে অনুভৱ হৈছিল পৃথিৱীখন মৰি মৰি গলিবলৈ ধৰিছিল মই জোৰেৰে ঢাকোনবোৰ খুলি গৈছিলোঁ আৰু সেই সকলোবোৰৰ আকৌ জন্ম হৈছিল বোধকৰোঁ মই মনত তোমাক […]
খলিল জিব্ৰানৰ এমুঠি কবিতাৰ অসমীয়া অনুবাদ
খলিল জিব্ৰানৰ এমুঠি কবিতাৰ অসমীয়া অনুবাদঅনুবাদ – ড° বিৰিঞ্চি কুমাৰ দাস Poet টোপনিত খোজ কাঢ়োতাসকল মই জন্ম গ্রহণ কৰা চহৰখনত এগৰাকী তিৰোতা আৰু তেওঁৰ জীয়েকে বাস কৰিছিল। দুয়ো টোপনিতে খোজ কাঢ়িছিল। এনিশা নীৰৱতাই পৃথিৱীখনক আকোঁৱালি লোৱাৰ সময়ত তিৰোতাগৰাকী আৰু তেওঁৰ জীয়েকে টোপনিত থকা অৱস্থাতে খোজ কাঢ়ি ওলাই গ‘ল আৰু তেওঁলোকৰ কুঁৱলীৰে আৱৰা বাগিচাখনত […]
কবিতাঃ কেম্পত / জীবনানন্দ দাশ
কেম্পত মূল কবিতাঃ “ক্যাম্পে” (১৯৩২) ৰচনাঃ জীবনানন্দ দাশ অনুবাদঃ অৱনী বুঢ়াগোহাঁই তম্বু তৰিছো মই এক হাবিৰ সীমনাত গোটেই ৰাতিটো বয় দখিনা বতাহ আকাশৰ জোনৰ পোহৰত কোনো এক ঘাই-হৰিণীৰ মাত শুনো ; কাক জানো মাতে ! ক’ৰবাত হৈছে আজি হৰিণা চিকাৰ ; হাবিৰ ভিতৰলৈ আজি চিকাৰীৰ দল আহে ময়ো যেন গোন্ধ পাওঁ […]
কবিতাঃ এজন মানুহে তেওঁৰ জীৱনত / য়েহুদা আমিখাই
এজন মানুহে তেওঁৰ জীৱনত (A Man in His Life) মূল – য়েহুদা আমিখাই (ইজৰাইল) অসমীয়া অনুবাদ – ড° বিৰিঞ্চি কুমাৰ দাস এজন মানুহে তেওঁৰ জীৱনত সময় নাপায় প্ৰতিটো কথাৰ বাবে সময় পাবলৈ। জীৱনত তেওঁৰ পৰ্যাপ্ত ঋতু নাথাকে প্ৰতিটো উদ্দেশ্যৰ বাবে ঋতু পাবলৈ এই বিষয়ত যাজকসকলৰ কথাবোৰ ভুল আছিল। মানুহ এজনক লাগে একেটা […]
প্ৰেমৰ কবিতাঃ মই মনত পেলাওঁ তুমি যিদৰে আছিলা
আপোনাৰ প্ৰিয়জনৰ সৈতে এই Valentine Dayটোক মধুৰ কৰি তোলক আৰু একেলগে পঢ়ক নেৰুডাৰ এটা প্ৰেমৰ কবিতাঃ মই মনত পেলাওঁ তুমি যিদৰে আছিলা মূল স্পেনিচঃ Veínte poemas de amor y una canción desesperar, পাবল‘ নেৰুডা অনুবাদঃ অৱনী বুঢ়াগোহাঁই তুমি যোৱা হেমন্তত থকাৰ দৰেই তোমাক মই মনত পেলাওঁ। তুমি আছিলা ধূসৰ টুপী আৰু স্পন্দনহীন অন্তৰ। চকুত […]
খেতিয়ক / গৌহৰ ৰাজা
খেতিয়ক মূলঃ গৌহৰ ৰাজা অনুবাদঃ বিতোপন গগৈ তহঁতে খেতিয়কক ৰাজপথলৈ লৈ আনিলি এতিয়া তেওঁলোক প্ৰচণ্ড বান আৰু এই বানক খেৰ-কুটাৰে ৰখাব নোৱাৰিবি। এই যে তেওঁলোক ৰাজপথত আছে নিজৰ খেতিমাটি দৰা এৰি থৈ আহিছে ভৰিৰ শিকলি চিঙি আহিছে ধানৰ সুগন্ধৰ শপত খাইছে আৰু মাটিক কথা দি আহিছে যে জয়ী হ‘লেহে ঘূৰি যাব। তহঁতৰ আগতো অত্যাচাৰী বহুত […]
যাক মই মেৰিয়াই লওঁ/दुष्यंत कुमार
যাক মই মেৰিয়াই লওঁ মূলঃ मैं जिसे ओढ़ता–बिछाता हूँ, दुष्यंत कुमार ভাঙনিঃ জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয় যাক মই মেৰিয়াই লওঁ, দলিছাৰ দৰে পাৰি লওঁ, আহক, আপোনাক তেওঁৰেই গজল শুনাও তোমাৰ দুচকুত এখন অৰণ্য আছে, য‘ত মই হেৰুৱাই পেলাওঁ মোৰ পথ তুমি ঠিক এখন ৰে‘লগাড়ীৰ দৰেই দুৰ্দান্তভাৱে পাৰ হৈ যোৱা আৰু মই পুল […]