কবিতাঃ উলংগ ৰজা / নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী
উলংগ ৰজা মূল(বাংলা) : নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী অসমীয়া ভাষান্তৰ : নিবেদিতা ফুকন৷ সকলোৱে দেখিছে ৰজা উলংগ, তথাপিও সকলোৱে হাততালিৰে আটাহ পাৰিছে; চাব্বাছ, চাব্বাছ! কাৰোবাৰ মনত সংস্কাৰ, কোনোৰ আক’ ভয়; কোনোৱে আক’ নিজৰ বুদ্ধিকে অন্যৰ কাষত বন্ধকত ৰাখিছে; কোনোবা হয়তো পৰান্নভোজী, কোনো কৃপাপ্ৰাৰ্থী, কোনোবা কৰ্মপ্ৰাৰ্থী, প্ৰৱঞ্চক কোনোজনে ভাবিছে, ৰাজবস্ত্ৰ সচাঁকৈয়ে অতি সুক্ষ্ম, চকুৰে দেখা পোৱা নাই, তথাপিও আছে […]
কবিতাঃ এবুলনি বুলবুলিলৈ বুলি / জন কীটছ
এবুলনি বুলবুলিলৈ বুলি (Ode to Nightingale) মূলঃ জন কীটছ অসমীয়া ভাঙনিঃ ডা° বিপুল কুমাৰ বৰুৱা কিনো বৰবিহ খালোঁ জানো পায় কলিজাখন বিষায় হাত-ভৰি জিনজিনায় নে সেই আফিঙীয়া ৰসে খালেৰে উটুৱাই আনি পেলালেহি ৰূপকথাৰ পাহৰণি নৈত ? বুকুত ঈৰ্ষাৰ জুই জ্বলা বাৰু নাই কিন্তু কি সুখত আপোনপাহৰা হৈ পাতল ডেউকা পিন্ধি বনদেৱীয়ে মূৰ্চনা সানি বিৰিখৰ অগণন […]
কবিতাঃ কিমান নাৱত কিমানবাৰ / সচিদানন্দ বাৎসায়ন
কিমান নাৱত কিমানবাৰ মূল : সচ্চিদানন্দ ব্যাত্স্যায়ন অনু : ৰাজেন্দ্ৰনাথ বৰদলৈ কিমান দূৰ-দূৰণিৰ পৰা কিমানবাৰ কিমান টুলুঙা নাৱত বহি মই তোমাৰ উদ্দেশ্যে আহি আছোঁ হে মোৰ ক্ষণ-প্ৰভ জ্যোতি ! কুঁৱলিৰ আৱৰণে মাজে মাজে মোৰ দৃষ্টি তোমাৰ পৰা আচ্ছন্ন কৰি ৰাখিছিল তথাপি কুঁৱলিৰ দৰে কোমল তোমাৰ ৰূপাল দ্যুতিয়ে তোমাৰ সৈতে ঘটাইছিল মোৰ নিবিড় পৰিচয় | […]
কবিতাঃ এই চহৰৰ বৰষুণ / মৃণ্ময় চক্ৰৱৰ্তী
এই চহৰৰ বৰষুণ মূল বাংলা : “এই শহরের বৃষ্টি” কবি : মৃন্ময় চক্ৰবৰ্তী অসমীয়া ভাঙনি ঃ বাপুকণ চৌধুৰী এই চহৰত আগে ইমান বাতানুকুল এ.চি. বোৰ নাছিল, আজি কালি চহৰৰ বৰ চাহাববোৰে গৰমত বৰ ধৰফৰায় হৰেণ দাসে কাচাৰীৰ অফিচ সময়ত কচুৰী চিংৰা বোৰ ভাজে, বৰ চাহাববোৰে যে মিঠা খাবলৈ ভয় কৰে বৰ !! কাষৰ প্ৰকাণ্ড […]
মাইকেল ষ্টিভেনৰ কবিতা
মাইকেল ষ্টিভেনৰ কবিতা ইংৰাজী : জেক ৰ‘জ অসমীয়া : দ্বিজেন কুমাৰ দাস এক. The Excelsior Cafe কাউন্টাৰত বহা ছোৱালীজনীৰ হাতৰ তলুৱাৰ উষ্ণতাই ঈঙ্গিতৰ কোমলতাই মোৰ পৰা দুটা মুদ্ৰা লৈছে প্ৰতিদানৰ! দুই. Raven Books বিপণীৰ খিৰিকিৰে দেখোঁ গাড়ীত ৰৈ থকা প্ৰেমিক যুগল মূৰ দুপিয়াইছে চুম্বনত! তিনি. […]
কবিতাঃ ৰুটি আৰু সংসদ / ধুমিল
ৰুটি আৰু সংসদ মুল(হিন্দী) : ধুমিল অনুবাদ-ড. মঞ্জুমণি শইকীয়া এজন মানুহে ৰুটি বেলিছে আন এজনে ৰুটি খাইছে তৃতীয় এজন ব্যক্তিও আছে যিজনে ৰুটি বেলাও নাই, ৰুটি খোৱাও নাই । কেবলমাত্র ৰুটিৰে খেলিছে মই সুধিছো – ‘‘এই তিনি নম্বৰৰ মানুহজন কোন ?’’ মোৰ দেশৰ সংসদ মৌন
কবিতাঃ পাঠকৰ প্ৰতি / চাৰ্লছ বুক’স্কি
পাঠকৰ প্ৰতি (Dear Reader) মূল ঃ চাৰ্লছ বুক’স্কি [Charles Bukowski (1920-1994)] অসমীয়া ভাঙনি ঃ উদয় বৰুৱা বিজ্ঞাপন আপুনি APSCৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? যদি হয় ক্লিক কৰক কবিতা এটা সৃষ্টিৰ মানসেৰে আজি নিশা ইয়ালৈ অহাৰ পূৰ্বে মই তলৰ মহলাত আছিলো আৰু টেলিভিশ্বনত এখন তথ্যচিত্ৰ আৰম্ভ হৈছিল। ঘোষকজনে কৈছিল – শ্ৰীযুত কেনকেচিয়ে প্ৰথম খন উপন্যাস লিখাৰ পাচত ২৫ […]
কবিতাঃ To His Coy Mistress / এন্ড্ৰু মাৰভেল
To His Coy Mistress মূল : এন্ড্ৰু মাৰভেল অনুবাদ : অগ্নিভ গগৈ যদি আমাৰ হাতত পৰ্য্যাপ্ত সময় থাকিলহেঁতেন , তেনেহলে হে ভদ্ৰমহিলা ,তোমাৰ এই লাজুকীয়া স্বভাৱ অপৰাধ নহলহেঁতেন । আমি এঠাইত বহিলোঁহেঁতেন আৰু ভাবিলোহেঁতেন , আমাৰ এই মৰমলগা দীঘলীয়া দিনবোৰ কেনেকৈ কটাম । তুমি গঙ্গাৰ পাৰত বহি ৰুবী বিচাৰিলাহেঁতেন আৰু মই হামবাৰ […]
কবিতাঃ জন্ম কিয় দিছিলা / হৰিবংশ ৰায় বচ্চন
জন্ম কিয় দিছিলা মূল ঃ হৰিবংশ ৰায় বচ্চন অসমীয়া ভাঙনি ঃ তনুশ্ৰী দাস Harivansh Rai Bachchan জীৱন আৰু সমাজৰ নগ্ন চকুৰে ঢুকি নোপোৱা খৰিয়ালখনক ভয় কৰি মোৰ পুত্ৰই মোক সোধে- “আমাক জন্ম কিয় দিছিলা?” আৰু মোৰ দেউতাই মোৰ বিনা অনুমতিত মোক কিয় জন্ম দিছিল এই একমাত্ৰ প্ৰশ্নৰ এই একমাত্ৰ উত্তৰৰ বাহিৰে, মোৰ ওচৰত আন একোৱেই উত্তৰ […]
কবিতাঃ গোধূলিতে / ড০ এপ্ৰিলীয়া জাংক(জাৰ্মানী)
গধূলিতে মূল (ইংৰাজী) : ড০ এপ্ৰিলীয়া জাংক(জাৰ্মানী) অসমীয়া ভাঙনি : শঙ্কৰ শইকীয়া লোণে চেলেকা নিঃসঙ্গ মেৰুত বাহ বিচৰা মই এটা সাগৰীয় হাঁহ হ‘ম ডেউকাৰ আঁৰত মূৰটো গুজি শুম আৰু সপোন দেখিম ন-কৈ ওপজা এটা বেলিৰ খিয়াতি