গল্পঃ জেচমিন ফুলৰ মালা / মহম্মদ ফাতেহ জিডানি
জেচমিন ফুলৰ মালা (Jasmine Garlands) মূল লেখক : মহম্মদ ফাতেহ জিডানি (Muhammad Fateeh Zidany) অনুবাদঃ বাপুকণ চৌধুৰী ধোঁৱাৰ মাজত সূৰ্য্যটো লুকাইছিল। কিবা যদি মোৰ কাণত পৰিছিল তেন্তে সেইবোৰ কেবল মানুহৰ আতংক, ভয় আৰু শংকাৰ গভীৰ হুমূনিয়াহ বা চেপা চেপা চিয়ঁৰ–বাখৰ আছিল। আন দেশৰ দৰে চৰাই চিৰিকতিৰ মাতত সূৰ্য্যোদয় বা সূৰ্য্যাস্ত নহয় এইদেশত। এইদেশৰ পথবোৰ মৃত্যুৰ গোন্ধত […]
গল্পঃ তৃষ্ণা/ কা টা চিক্কান্না (কানাড়া)
তৃষ্ণা মুল (কানাড়া) : কা টা চিক্কান্না (Ka Ta Chikkanna) ইংৰাজী : এইচ,এচ,এম প্ৰকাশঅনুবাদ : ৰঞ্জনা দত্ত “মই তোক কেতিয়াবাৰ পৰাই মাতি আছোঁ। তই লৰচৰেই কৰা নাই দেখোন। সোনকালে আহি মোক ডাইল বোৰ বাচি দেহি চোন। তেতিয়াহে ডাইল খন অলপ ডাঠ হব।” তাই বোধহয় এতিয়ালৈকে এই বাৰৰ সৈতে দহ বাৰ মান মাতিলে । কিন্ত জাভাৰাই […]
গল্প / দৰিদ্ৰ কোন (ব্যংগ ৰচনা) / ৰাজ কিশোৰ
দৰিদ্ৰ কোন (ব্যংগ ৰচনা) মূল(হিন্দী) : ৰাজকিশোৰ অনুবাদ : তাম্ৰপালি ৰাজকোঁৱৰ সুলভ মূল্যৰ দোকানত কনডমৰ পেকেট বিক্ৰী কৰিবৰ বাবে বিতৰণ কৰিব পৰা যাব নে নাযায় এই বিষয়ক প্ৰায় ডেৰশ পৃষ্ঠাৰ এটা ফাইল সন্মুখত লৈ বিষয়াজন হিচাপ নিকাচ কৰাত ব্যস্ত আছিল৷ ফাইলটো ওপৰৰপৰা তললৈ বিভিন্ন জ্যেষ্ঠ বিষয়াই কনডম বিতৰণ সম্পৰ্কত আগবঢ়োৱা দিহা পৰামৰ্শৰে ভৰি আছিল৷ কিছুমানৰ মতে এই […]
গল্পঃ শেষ পাতটো (The Last Leaf) / অ’ হেনৰী
শেষ পাতটো (The Last Leaf) মূলঃ অ’ হেনৰী অনুবাদঃ যতীন্দ্ৰ চৌধুৰী আগকথাঃ অ‘ হেনৰীৰ প্ৰখ্যাত গল্প “The Last Leaf” ৰ পটভূমি নিউয়ৰ্ক মহানগৰ আৰু তাত হোৱা নিউমোনিয়া মহামাৰী। কোভিদ-১৯ ও নিউমোনিয়াৰ বিশ্ব মহামাৰী ৰূপ আৰু ইয়াৰ চিকিৎসা নাই। কিন্তু চিকিৎসা বিজ্ঞানী আৰু মনস্তত্ববিদ সকলে কয় যে যোগাত্মক দৃষ্টিভংগীয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুগুণে বঢ়াব পাৰে। এই […]
গল্পঃ দ্য ভ্যেল্ড লেডী / আগাথা ক্ৰিষ্টি
দ্য ভ্যেল্ড লেডী (The Veiled Lady) মূল (ইংৰাজী) : আগাথা ক্ৰিষ্টি৷ প্ৰকাশ ১৯২৩ চন। অনুবাদ : সুকন্যা শৰ্মা মুখ্য চৰিত্ৰসমূহ – ১৷ হাৰকিউল প’ৰ–মুখ্য অনুসন্ধানকাৰী, হলেণ্ডীয় মূলৰ ব্যক্তি৷ ২৷ কেপ্তেইন হেস্টিং–এই কাহিনীৰ কথক। প’ৰৰ সহায়কাৰী, বন্ধু তথা সহ–অনুসন্ধানকাৰী৷ ৩৷ লেডী মিলিচেষ্ট৷ ৪৷ ইন্সপেক্টৰ জেপ্প৷ আজি কিছুদিনৰ পৰা মই লক্ষ্য কৰি […]
গল্পঃ অসাধাৰণ / প্ৰফুল্ল ৰায়
অসাধাৰণ মূল বাংলা: প্ৰফুল্ল ৰায় অসমীয়া অনুবাদ: দেৱাশ্ৰী বৰগোহাঁই দুই মহলাৰ বিশাল বেলকনিৰ প্ৰকাণ্ড চোফাখনত বহি আছে আশালতা। তেওঁৰ কোলাত এখন কিতাপ- ‘উইমেন ইন ব্ৰিটিছ ইণ্ডিয়া’। আশালতাৰ বয়স পঞ্চাছৰ উচৰাউচৰি হ’ব। কিন্তু এতিয়াও তেওঁৰ শৰীৰত বয়সে কোনো ভাঁজ পেলাব পৰা নাই। এই বয়সত এনে সুন্দৰ স্বাস্থ্য কাচিৎহে চকুত পৰে। গাৰ বৰণ উজ্জ্বল শ্যাম ৰঙী। নিমজ […]
গল্পঃ দ্য ডায়মণ্ড নেকলেচ/ গ্যী দ্যঁ মোপাছাঁ
“দ্য ডায়মণ্ড নেকলেচ” মূলঃ গ্যী দ্যঁ মোপাছাঁ অনুবাদঃ গীতিকা শইকীয়া তেওঁ এগৰাকী অত্যন্ত সুন্দৰী, মৰমলগা যুৱতী, যাৰ জন্ম বিধাতাৰ কিবা ভুলতহে যেন কেৰাণীৰ ঘৰত হৈছিল। তেওঁৰ বিবাহৰ সময়ত কোনো যৌতুক নিব পৰাকৈ সক্ষম নাছিল, অথবা বিবাহক লৈ তেনে কোনো বিশেষ আশাও নাছিল, নাছিল সমাজৰ কোনো ধনী, খ্যাতি সম্পন্ন বিশিষ্ট ব্যক্তিৰ লগত চা-চিনাকি, নাছিল কাৰোবাৰ লগত প্ৰেম-ভালপোৱাৰ কোনো সম্বন্ধ, বিবাহ কৰাৰো কোনো আশা, তথা বিশেষ কিবা […]
গল্পঃ অযোনি / ভল্গা (তামিল)
অযোনি মূল : ভল্গা অনুবাদ : ননী চহৰীয়া বৰা আজি মই লিখিবলৈ আৰম্ভ কৰা কাহিনীটোৰ উদ্দেশ্য এই কাহিনীটো কোৱা। মই কাহিনী ভাল পাওঁ। মোৰ আইতাৰ ওচৰত বহি মুকলি আকাশৰ তলত জোনটোলৈ চাই চাই সাধুকথা শুনি টোপনি গৈছিলো। বৰ্ষণমুখৰ ৰাতি কিনকিনিয়া বৰষুণৰ টুপুৰ টাপাৰ শব্দৰ মাজত আইতাৰ ওচৰত বহি কম্বল এখনেৰে গাটো মেৰিয়াই লৈছিলো। […]
গল্পঃ আদাব/ সমৰেশ বসু
আদাব মূলঃ সমৰেশ বসু অনুবাদঃ বাসুদেৱ দাস ৰাতিৰ নিস্তব্ধতাক কঁপাই মিলিটাৰীৰ টহলদাৰী গাড়ীখন ভিক্টোৰিয়া পার্কৰ চাৰিওফালে এপাক মাৰি গ’ল। চহৰখনত ১৪৪ ধাৰা আৰু কাৰ্ফিউ জাৰি কৰা হৈছে। হিন্দু আৰু মুছলিমৰ মাজত সংঘর্ষ হৈ আছে। দা,পছা,ছুৰী, লাঠি লৈ মুখামুখি যুঁজ। ইয়াৰ বাহিৰেও চাৰিওফালে পিনাপিন দিয়া গুপ্ত-ঘাতকৰ দলে এন্ধাৰৰ সুযোগ […]
গল্পঃ মাহত পঞ্চল্লিছ টকা / আৰ.কে.নাৰায়ণ
মাহত পঞ্চল্লিছ টকা মূল : আৰ.কে.নাৰায়ণ অনুবাদ : মিণ্টুল হাজৰিকা R K Narayan শান্তাই ক্লাছত বেছি সময় থাকিব পৰা নাছিল। উচুপি উঠিল। গান, ব্যায়াম, আখৰ আৰু সংখ্যাৰ পৰিচয় আদি সকলো ক্লাছ শেষ কৰি তাই ৰং বিৰঙৰ কাগজ কাটি আছিল। বেল বজাৰ পিছত যেতিয়ালৈকে শিক্ষকে নকয় – “এতিয়া তোমালোক ঘৰলৈ যাব পাৰা” নতুবা “কেচি আঁতৰাই […]