চীন দেশৰ সাধু – পৰুৱাবোৰ
পৰুৱাবোৰ অনুবাদ : শৰ্মিষ্ঠা গোস্বামী পুৰণি কালত চীনদেশৰ কুৱাঙ নান্ নামে ঠাইত হ’ ক্বান নামৰ এজন অতি দয়ালু হৃদয়ৰ লোক আছিল । তেওঁ কেতিয়াও কোনো জীৱিত প্ৰাণীক হত্যা কৰা নাছিল৷ তেওঁৰ হেজাৰ–বিজাৰ ৰূপৰ টুকুৰাৰে ভৰ্তি এটা পাত্ৰ আছিল । সেই পাত্ৰটো তেওঁ এটা কাৰুকাৰ্য্য খচিত এটা সুন্দৰ পেৰাৰ ভিতৰত আটোলটোলকৈ ৰাখিছিল৷ এবাৰ তেওঁৰ জিলাখনত […]
কবিতাঃ উভতি যাওঁ / দাউদ হায়দৰ
উভতি যাওঁ (ফিৰে যাচ্ছি) অসমীয়া ভাঙনি ঃ খগেশ সেন ডেকা মূল (বাংলা) ঃ দাউদ হায়দৰ মৃতসকলৰ চকুবোৰ পুনৰ বিজুলী বাতিৰ দৰে তিৰবিৰাই উঠিল সন্ধিয়া সাত বজাৰ পাছত কবৰস্তানত— অমাৱস্যাৰ ৰাতি মাজে মাজে বৰষুণ৷ মই ভৰা যমুনাত কালি এটা গৰ্ভৱতী হালধীয়া জোন ডুব যোৱা দেখিছোঁ৷ —যেন শ্যামৰ বাঁহীৰ পৰা ছিটিকি ওলাই আহিছে —যেন অভাৱী সংসাৰৰ জ্বালাত— ক‘ব পাৰি গৃহত্যাগী ৰমণীৰ […]
গল্পঃ সৌভাগ্য / প্ৰেম চান্দ
সৌভাগ্য মূল( হিন্দী) : প্ৰেম চান্দ অনুবাদ : তৃষ্ণা শৰ্মা নথুৱা নামৰ এক অনাথ লৰা আছিল । সেই অঞ্চলৰ ৰামভোলানাথ নামৰ এজন দয়ালু মানুহৰ ঘৰত নথুৱাই ঝাড়ু দিয়াৰ কাম কৰিছিল। ৰামভোলানাথ এজন ধনী লোক আছিল তেখেতৰ একমাত্ৰ ছোৱালীৰ নাম আছিল ৰত্না।ৰত্না দেখিবলৈ বৰ ধুনীয়া আৰু নম্ৰ। এদিন ৰত্নাই ইংৰাজী ক্লাচ কৰিবলৈ বেলেগ কোঠালৈ যাওঁতে সেইসময়তে […]
কবিতাঃ শৃঙ্খল-বিশৃঙ্খল / সলিল চৌধুৰী
শৃঙ্খল-বিশৃঙ্খল মূল কবি : সলিল চৌধুৰী অসমীয়া ভাঙনি : চাণক্য চিৰাং সলিল চৌধুৰী শৃঙ্খল কথাটোৰ মাজত এটা তলসুৰীয়া আছে শব্দ৷ চাৰিওফালে বন্ধ এটা কোঠাৰ বমিৰ যেন অঁহীয়া অঁহীয়া দুৰ্গন্ধ৷ তপামূৰীয়া এজন সংস্কৃত পণ্ডিতৰ চাবুকৰ আস্ফালন৷ মন্ত্ৰীবৃন্দৰ ৰেডিঅ’ৰ ভাষণ, ভৰিত ভৰি থৈ সৈনিকৰ মাৰ্চ৷ শৃঙ্খলা কথাটিৰ মাজতো আছে এটা চাতুৰী৷ কথাটো সমতল বাকৰিত থিয় হৈ কব নোৱাৰি, […]
গীতৰ অনুবাদঃ জন হেনৰি / পল ৰবচন
জন হেনৰি মূল : পল ৰবচন অনুবাদ : হেমাংগ বিশ্বাস জন হেনৰি! তীখাৰ আখৰে লিখা নাম তাৰ যেন এটা চলন্ত ইঞ্জিন হাতুৰীৰ তালে তালে গান গায় সুহুৰি দি ৰং মনে কাম কৰে ৰাতি-দিন৷ কলীয়া শিলত কটা হেনৰি গ্ৰেনাইটেৰে গঢ়া পেশী জলমল হাতুৰীৰ কোবে কোবে শিলে শিলে জুই জ্বলে হাতুৰীয়ে মাথোঁঁ তাৰ সম্বল৷ ভাৰ্জিনিয়াৰ ৰেল সুৰংগত […]
গল্প: থালী কা বেঙ্গন / কৃষণ চন্দৰ
মূল গল্প: থালী কা বেঙ্গন ৰচনা: কৃষণ চন্দৰ অনুবাদ: সঞ্জীৱ মজুমদাৰ মীৰমপূৰত মোৰ ব্যৱসায় মানে ধান্দা প্ৰায় মন্দা হৈ পৰিল অৰ্থাৎ একেবাৰে বন্ধ হোৱাৰ উপক্ৰম হ’ল। এক কথাত কবলৈ গলে ধান্দা একেবাৰে ধোঁৱাচাঙত উঠিছিল আৰু সিদিনা মোৰ জেপত মাথো এটা আঠ অনাহে আছিল। মই জেপৰ পৰা আঠ অনাটো উলিয়াই তাইৰ হাতত গুজি দি কলো, “যা, […]
Two poems of Ajit Gogoi
Translated by Bibekananda Choudhury Nose and Tongue The ones too sensitive to their noses Are totally intolerant of other’s tongues! In this land, so many tongues got severed Talking about intolerance. The tongue has now turned all-devouring It is present in the eyes-hearts-fingers of many. The ones too sensitive of noses Have got their noses […]
গল্পঃ এটা গোচৰ / ৰাস্কিন বণ্ড
এটা গোচৰ মূল : ৰাস্কিন বণ্ড অনুবাদ : ননী চহৰীয়া বৰা দুবছৰ আগতে মই যেতিয়া শ্বাহপুৰত আছিলো, তেতিয়াই ইন্সপেক্টৰ কিমত লালক লগ পাইছিলোঁ৷ শ্বাহপুৰ উত্তৰ ভাৰতৰ এখন ধূলিময় গৰম চহৰ৷ সেই সময়ত তেওঁ স্থানীয় আৰক্ষী চকীৰ দায়িত্বত আছিল৷ তেওঁ বৰ শকত আৰু লেহেমীয়া আছিল৷ কথাবোৰ বেছিকৈ গুণাগথা কৰিছিল৷ সেইবাবেও তেওঁ লেহেমীয়া হৈছিল৷ কিন্তু কিছুমান লেহেমীয়া মানুহৰ দৰে […]
কবিতাঃ পিঞ্জৰাৰ চৰাইয়ে কিয় গান গাই মই জানো / মায়া এঞ্জেলো
পিঞ্জৰাৰ চৰাইয়ে কিয় গান গাই মই জানো কবি : মায়া এঞ্জেলো অসমীয়া ভাঙনি : শ্যামজ্যোতি শইকীয়া পিঞ্জৰাৰ চৰাইয়ে কিয় গান গাই মই জানো মুক্ত চৰাই বহু দূৰলৈকে উৰে বায়ুৰ পিঠিত উঠি সোঁতৰ লগে লগে উটি যায় বেঙুনীয়া পোহৰত পাখি তিয়াই দখল কৰিব পাৰে আকাশ কিন্তু ঠেক সজাঁত আবদ্ধ চৰাইয়েনো বাৰু দেখিব কি পাখি বন্ধা ঠেং […]
কবিতাঃ এলিজাবেথ বিশ্বপৰ পাঁচটা কবিতা
অসমীয়া ভাঙনি : যশোৱন্ত নিপুণ এটি শিল্প হেৰোৱাৰ শিল্প আয়ত্ব কৰাটো কঠিন নহয় ; বহুত কিবা-কিবিয়েই হেৰাই যোৱাৰ ইমান সম্ভাৱনাৰে পূৰ্ণ যে সেই সকলোবোৰ হেৰুৱাই পেলোৱাটো কোনো বিপৰ্যয় নহয় ৷ প্ৰতিদিনেই কিবা-কিবি হেৰুৱাবা ৷ আপোন কৰি লোৱা তোমাৰ দুৱাৰৰ চাবিকাঠি হেৰোৱাৰ দুৰ্যোগ, ভালদৰে কটাব নোৱাৰা মুহূৰ্তবোৰ ৷ হেৰোৱাৰ শিল্প আয়ত্ব কৰাটো কঠিন নহয় ৷ তেতিয়া […]