ভৰ্ৎসনা (ADMONITION)

কবি : ছিলভিয়া প্লেথ (SYLVIA PLATH)


সমীয়া ভাঙনি : কিশোৰ দাস
sylvia plath
যদি তুমি ব্যৱচ্ছেদন কৰা এটি চৰাইৰ
আঁকিবলৈ জিভাখন

কটা যাব তাঁৰডাল
সংগীত সাধন কৰা

যদি তুমি ছাল বখলিয়াই দিয়া এটা জন্তুৰ
জানিবলৈ কেশৰৰ আশ্চৰ্য
মুচৰিব লাগিব তাত
ৰ পৰা আৰম্ভ হৈছে নোমাল ছালছটা
যদি তুমি আজুৰি উলিয়াই আনা হৃদপিণ্ডটো
জানিবলৈ কিদৰে ধপধপাই আছে ই
বিৰতি দিব লাগিব ঘড়ীটোক
যিয়ে জীয়াই ৰাখিছে অবিৰামভাৱে আমাৰ প্ৰেমক।

Leave a Reply

Your email address will not be published. Required fields are marked *