পহিলা মে

মূলঃ নাজিম হিকমত

অনুবাদঃ বিতোপন গগৈ


মই এতিয়া কুৰি বছৰীয়া

লেনিন জীয়াই আছে

ৰেড স্কোৱেৰত উৰি আছে ৰক্ত পতাকা

আৰু হাতত হাত থৈ ঠিয় হৈছেহি

পোন্ধৰ কোটি মানুহ

 

পঁয়ত্ৰিছ বছৰ পাৰ হৈ গ

তথাপিও মই কুৰি বছৰীয়া

লেনিনো জীয়াই আছে

আৰু ৰেড স্কোৱেৰৰ বুকুত

আজি এশ কোটি মানুহ!

Leave a Reply

Your email address will not be published. Required fields are marked *