গধূলিতে




মূল (ইংৰাজী) : ড০ এপ্ৰিলীয়া জাংক(জাৰ্মানী)

অসমীয়া ভাঙনি : শঙ্কৰ শইকীয়া

 





লোণে চেলেকা
নিঃসঙ্গ মেৰুত
বাহ বিচৰা
মই এটা
সাগৰীয় হাঁহ হ

ডেউকাৰ আঁৰত
মূৰটো গুজি শুম
আৰু
সপোন দেখিম
ন-কৈ ওপজা
এটা বেলিৰ খিয়াতি

 

Leave a Reply

Your email address will not be published. Required fields are marked *